The Latest News of Assam

FCIত উলাইছে চাকৰি। VIII পাছ কৰাজনে আবেদন কৰক

ভাৰতীয় খাদ্য নিগমৰ কিছু পদত নিযুক্তি দিয়াৰ বাবে যুগ্যতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে Food Corporation of Indiaই।
ইচ্ছুক প্ৰাৰ্থীয়ে অতি সোনকালে আবেদন পত্ৰ পূৰণ কৰিব পাৰে।

আবেদন কৰাৰ আগতে জানি ল‌ওক সম্পূৰ্ণ বিবৰণ।

 

পুনৰ নলবাৰীত অঘটন

 

Job in fci assam

ভাৰতীয় খাদ্য নিগমৰ খালি পদৰ বিবৰণ-

নতুন খবৰ
1 of 4

সংস্থাৰ নাম– ভাৰতীয় খাদ্য নিগম

পদৰ নাম– চকিদাৰ

নিৰ্বাচনৰ বিধি- লিখিত আৰু শাৰীৰিক সক্ষমতাৰ পৰীক্ষা

অধিক জানিবলৈ FCIৰ উৱেবছাইটত লগ ইন কৰক। 

 

>ধলা শদিয়া দলঙত প্ৰথম মুত্ৰত্যাগ কৰা মানুহজন