The Latest News of Assam

বাংলাদেশে খান্দিব ব্ৰহ্মপুত্ৰৰ বুকু

এইবাৰ বাংলাদেশ চৰকাৰেও ব্ৰহ্মপুত্ৰৰ বুকু খন্দাৰ আচনি হাতত লৈছে।

অসমত ব্ৰহ্মপুত্ৰ খননৰ আ৺চনি লোৱাৰ সময়তে বাংলাদেশ চৰকাৰেও সেই দেশত বৈ থকা নৈখন খন্দাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে শ্বেখ হাছিনা চৰকাৰ খনে।

নতুন খবৰ
1 of 9

দুই খন দেশৰ মাজত নদী পথেৰে যোগাযোগ সুচল কৰাৰ বাবে এই পদক্ষেপ লৈছে।
পুনৰ নলবাৰীত অঘটন
এই সন্দৰ্ভত ভাৰত আৰু বাংলাদেশৰ মাজত এখন চুক্তিও সম্পন্ন হৈছে।
FCIত উলাইছে চাকৰি। VIII পাছ কৰাজনে আবেদন কৰক

এছিয়ান ডেভলপমেন্ট বেংকৰ সাহায্যত ঢাকাই এই কাম হাতত তুলি লৈছে।