The Latest News of Assam

স্বাতীৰ মৃত্তুত শোকত ভাগি পৰিছে সমগ্ৰ অসম

তাইয়েই আছিল ভাৰতৰ ভিতৰতে বয়সীয়াল একমাত্ৰ জীবিত বাঘ|

তাইৰ জীৱনৰ অন্তীম নিশ্বাস এৰিলে গুৱাহাটী চিৰিয়াখানাৰ ভিতৰত ১৬ জুলাই তাৰিখে|

 

শ্বাতীৰ জন্ম হৈছিল ১৯৯৭ চনৰ ২৮ জানুৱাৰী তাৰিখে মহীশুৰৰ চিৰিয়াখানাত|

সেই চিৰিয়াখানাতে ০৫ টা পোৱালীৰ জন্ম দিয়াৰ পিছত ২০০৫ চনত তাইক লৈ অহা হয় গুৱাহাটী চিৰীয়াখানালৈ|

 

 

নতুন খবৰ
1 of 9

এই ৰয়েল বেঙ্গল টাইগাৰজনীয়ে অসমতো আৰু ০৬ টা পোৱালীৰ জন্ম দিয়ে|

অহা জানুৱাৰী মাহত তাইৰ বয়স ২১ বছৰ হ’লহেতেন|

 

এতিয়া আপুনি গুৱাহাটীৰ চিৰিয়াখানাত মাত্ৰ চাৰিটাহে বাঘ দেখা পাব  য’ত আছে দুজনী ৰয়েল বেঙ্গল টাইগাৰ আৰু দুজনী হুৱাইট টাইগাৰ|

 

এই বতৰাই শোকৰ বাতৰি দিছে সমগ্ৰ প্ৰকৃতি প্ৰেমীসকললৈ|