The Latest News of Assam

বদৰুদ্দিন আজমলৰ NRC সন্দৰ্ভত বিস্ফোৰক মন্তব্য

হোজাইত বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য।

অসমৰ ২–৩জনৰ বাদে সকলো কংগ্ৰেছীৰে সু–সম্পৰ্ক আছে আজমলৰ।

বিজেপিক ধৰিবলৈ যিকোনো দলে AIUDFৰে মিত্ৰতা কৰিব পাৰে, সকলো সময়তে খোলা আছে AIUDFৰ দুৱাৰ।

প্ৰয়োজনত মিত্ৰতাৰ পক্ষত দিল্লীত কংগ্ৰেছৰে বহিব আজমল। কাৰো লগত মিত্ৰতা নহ’লে অৱলম্বন কৰিব ‘একলা চলো’ নীতি।

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ পূৰ্বতকৈ শক্তিশালী হ’ব বুলিও মন্তব্য AIUDF প্ৰধানজনৰ।

নতুন খবৰ
1 of 9

NRC সন্দৰ্ভত আতংকিত নহ’বলৈ ৰাইজক আহ্বান বদৰুদ্দিন আজমলৰ।

হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰোধিতা কৰিব AIUDF–এ।

লোকসভাত এই বিধেয়কৰ বিৰোধিতা কৰিব AIUDFৰ সাংসদসকলে।

৭১ৰ ভিত্তিত স্বদেশীক বিদেশী সজালে কৰিব বিৰোধিতা। বিদেশীৰ প্ৰতি AIUDFৰ কোনো সহানুভূতি নাই বুলিও মন্তব্য আজমলৰ।