The Latest News of Assam

NIOS DElEd এডমিট কাৰ্ডৰ Correction সম্বন্ধে

এয়া এগৰাকী শিক্ষকৰ আপোনালৈ আবেদন-

শ্ৰদ্ধাৰ (NIOS DLED )প্ৰশিক্ষাৰ্থী তথা শিক্ষক / শিক্ষয়িত্ৰী সকলক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে যিসকল sir/madam আপোনালোকৰ বহুতৰে হয়তো Language selection Hall Ticket ত ভুলকৈ আহিছে মই অনুৰোধ কৰিছোঁ আপোনালোকে কোনেও হতাশ ও নিৰাশ নহৈ NIOS DLED ৰাজ্যিক Co-Ordinator মহোদয়ৰ লগত লগ কৰক l

লগতে আন এষাৰ কথা জনাব বিচাৰিছোঁ যে যিসকল সতীৰ্থ ই ইতিমধ্যে Hall Ticket Download কৰিছে মোৰ ফালৰ পৰা highly request কৰিছোঁ যে আপোনালোকে Hall Ticket টো Re-download কৰি লব।

কিয়নো আগতে ওলোৱা Hall Ticket ত Exam ৰ Time টো দিয়া নাছিল But এতিয়া Exam time আপোনাৰ Hall Ticket ত অন্তৰ্ভূক্ত কৰিছে NIOS ৰ কৰ্তৃপক্ষই ।

নতুন খবৰ
1 of 3

মই লিখা এই SMS টোৰ কোনো শব্দৰ বানানে হওঁক ও এই কথাখিনি জনিব পাৰি আপোনালোকে হয়তো আমনি পাইছে so তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী ।

 

আপোনালৈ মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল ।

ধন্যবাদেৰে –
দিলীপ কুমাৰ সৰকাৰ
FROM
BONGAIGAON.

(Copied from Facebook)